Baahi by xomoy

Rename playlist

Hiyare Xubaxe, Listen the songs of  Hiyare Xubaxe, Play the songs of Hiyare Xubaxe, Download the songs of Hiyare Xubaxe

Hiyare Xubaxe

Copyright © Spicy Assam Multimedia Pvt. Ltd.

Similar Songs

Urile Foring, Listen the song Urile Foring, Play the song Urile Foring, Download the song Urile Foring

Urile Foring

Krishnamoni Chutia

Urile Phoring, Listen the song Urile Phoring, Play the song Urile Phoring, Download the song Urile Phoring

Urile Phoring

Kavita Kiran

Juwa Ram, Listen the song Juwa Ram, Play the song Juwa Ram, Download the song Juwa Ram

Juwa Ram

Neel Akash

Morom Asutiyakoi, Listen the song Morom Asutiyakoi, Play the song Morom Asutiyakoi, Download the song Morom Asutiyakoi

Morom Asutiyakoi

Neel Hazarika

Eti Xure Amoni Kore, Listen the song Eti Xure Amoni Kore, Play the song Eti Xure Amoni Kore, Download the song Eti Xure Amoni Kore

Eti Xure Amoni Kore

Bidya Dhar

Puwati Tora, Listen the song Puwati Tora, Play the song Puwati Tora, Download the song Puwati Tora

Puwati Tora

Joonmoni Narah Bhuyan

The Wait, Listen the song The Wait, Play the song The Wait, Download the song The Wait

The Wait

Kaustabh Saikia

Jaboloi Ulala, Listen the song Jaboloi Ulala, Play the song Jaboloi Ulala, Download the song Jaboloi Ulala

Jaboloi Ulala

Achurjya Borpatra

Xundoror Pujari, Listen the song Xundoror Pujari, Play the song Xundoror Pujari, Download the song Xundoror Pujari

Xundoror Pujari

Madhav Ranjan,Sarat (Maina)

About song

Artists :Pranjit Borpatra,Priya Tamuli
Album: Hiyare Xubaxe
Genre :EDM
40 Plays

Lyrics : Pranjal Garg

Tune : Pranjit Borpatra

Music : Bassthetic


Copyright © Spicy Assam Multimedia Pvt. Ltd.

Lyrics

হিয়াৰে সুবাসে দিলেহি বতৰা
গোপনে গোপনে আহি
পলকতে আজি ভৰি পৰিছে
তোমাৰ মৰমৰ এবুকু নিজৰা
কোবাল নদীৰ সোঁতত ঢৌ আহিছে
উটি মৰমৰ
তিয়াই দুটি পাৰ কৰিছে পগলা মোক বাৰ বাৰ.....।


নজনা অনুভূতি মোৰ জাগি উঠে
হেঁপাহৰ দলিচাত অ অ অ অ
উৰণীয়া মনে আজি বিচাৰে তোমাকে
কিয় জানো বাৰে বাৰে.....।


তুমি ৰূপহী আঘোণৰ সোণালী ধাননি
মোৰ বুকুতে থাকা তুমি যে উমলি


তুমি ৰূপহী আঘোণৰ সোণালী ধাননি
মোৰ বুকুতে থাকা তুমি যে উমলি


হিয়াৰে সুবাসে দিলেহি বতৰা
গোপনে গোপনে আহি
পলকতে আজি ভৰি পৰিছে
তোমাৰ মৰমৰ এবুকু নিজৰা


উতলা ফাগুনৰ বাঁহীৰ সুৰত
ৰিণিকি উঠা তুমি অজানিতে
যুৰীয়া শালিকা উৰিছে আজি
মোৰ মনৰে পদূলিত.......।


তোমাৰে ছবিতি মনতে আঁকি লৈ
বিচাৰি পাঁও মই মৰমক
সুৰ এটি হৈ
আহাচোন কাষলৈ
দুয়ো মিলিম আমি একে হৈ...।


পুৱাৰ দুবৰিতে উলমি ৰোৱা
তুমি দিয়া মৰমৰে চিন হৈ
শুকুলা ডাৱৰৰ ভাঁজৰে পৰা
সৰকি পৰে তোমাৰ নামৰ চানেকি


দূৰ দুৰলৈ নাচাবা তুমি
কাষতেই মই তোমাৰ আজি....।


হিয়াৰে সুবাসে দিলেহি বতৰা
গোপনে গোপনে আহি